Header Ads

Breaking News
recent

অৰ্নৱ গোস্ৱামী হ'ল Y শাখাৰ সুৰক্ষা লাভ কৰা প্ৰথমজন অসমীয়া সাংবাদিক

Arnab Goswami becomes the first journalist from Assam to get Y category security

বহু বছৰে উষ্ণ ৰাষ্ট্ৰবাদে আৰু সাংবাদিকতাৰে বিভিন্ন লোকক সুখ আৰু  বিভিন্ন লোকক বিতৃষ্ণা সৃষ্টি কৰিব সক্ষম হোৱা অৰ্নৱ গোস্ৱামীক উৰীত হোৱা আক্ৰমণৰ পিছত  নতুন ৰূপত দেশা গ'ল এজন সাংবাদিক যি ভৰতবৰ্ষৰ যুৱ প্ৰজন্মক উৎসাহিত কৰা আৰু ব্যৱস্থাৰ নিকা কৰিব চেষ্টা কৰি দেশ আৰু প্ৰতিৰক্ষা বাহিনীৰ উপৰত  বিভিন্ন  প্ৰশ্ন আৰু আলোচনা কৰাৰ সাহস কৰিছে।

ইন্টেলিজেন্চ এজেন্চিয়ে অৰ্নৱ গোস্ৱামীৰ জীৱনলৈ ভাবুকিৰ সম্ভাৱনা প্ৰকাশ কৰে । সেই তথ্য অনুসৰি চৰকাৰে  পাকিস্তানৰ উগ্ৰপন্থী সংগঠনৰ পৰা অৰ্নৱ গোস্ৱামীলৈ ভাবুকি অহা সম্ভাৱনা দেখি  'Y' সুৰক্ষা প্ৰদান কৰাৰ  সিদ্ধান্ত লৈছে । য'ত  গোস্ৱামীক দিনে ৰাতিয়ে  ২০ গৰাকী সুৰক্ষা কৰ্মীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী প্ৰদান কৰিৱ ।

No comments:

Powered by Blogger.